চাকৰি

পাৱাৰগ্ৰীড কৰ্পাৰেছন অফ ইণ্ডিয়া লিমিটেড নিযুক্তি ২০২০

Sentinel Digital Desk

পাৱাৰগ্ৰীড কৰ্পাৰেছন অফ ইণ্ডিয়া লিমিটেড নিযুক্তি ২০২০

পদৰ নাম - এপাৰেটিক

পদৰ সংখ্যা -১৩৭

বিভিন্ন বিভাগৰ পদ সমূহ --

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং স্নাত -- ১৫ টা পদ

চিভিল ইঞ্জিনীয়াৰিঙত স্নাতক --- ১০ টা পদ

ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্লমা -- ৩৭ ট পদ

চিভিল ইঞ্জিনীয়াৰিঙত ডিপ্লমা ---২৫ টা পদ

আই টি আই - ৩৫ টা পদ

দৰমহা- ১০,০০০ ৰ পৰা ১৫,০০০

কেনেদৰে আৱেদন জনাব - ইচ্ছুক প্ৰাৰ্থীয়ে তলৰ ৱেবছাইটৰ দ্বাৰা আবেদন জনাব পাৰিব---

 https://www. powergridindia.com/engagement-of-apprentices

অন্তিম তাৰিখ -৩০-০৬-২০২০

অধিক জানিবৰ বাবে : click here