চাকৰি

প্ৰসাৰ ভাৰতীৰ কণ্টেণ্ট এক্সিকিউটিভ নিযুক্তি

Sentinel Digital Desk

প্ৰসাৰ ভাৰতীয়ে কণ্টেণ্ট এক্সিকিটিভ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৭টা।

দৰমহাঃ ২০হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৭-২০২০।

সবিশেষ জানিবলৈ www.prasarbharati.gov.in চাওক।