চাকৰি

ৰেলটেল কৰ্পোৰেচনত মহা প্ৰৱন্ধকৰ পদ খালী

Sentinel Digital Desk

ৰেলটেল কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডে মহা প্ৰৱন্ধকৰ  খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নাম- মহা প্ৰৱন্ধক ।

খালী পদ-১ টা ।

নিযুক্তিৰ স্থান- সমগ্ৰ ভাৰতত ।

দৰমহা উল্লেখ কৰা হোৱা নাই।

আবেদনৰ অন্তিম তাৰিখ- ২১/১০/২০২১।

বয়স উল্লেখ কৰা হোৱা নাই ।

শিক্ষাগত অৰ্হতা-ৰেলটেল কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডত মহা প্ৰৱন্ধকৰ পদৰ বাবে আবেদন কৰিবলৈ ৰেলটেলৰ চৰকাৰী অধিসূচনা অনুসৰি কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে। আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন কৰ্পোৰেট অফিচ/আৰচিআইএল, ইষ্ট কিডৱাই নগৰ, নতুন দিল্লীলৈ প্ৰেৰণ কৰিব লাগিব ।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।