চাকৰি

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট ২০২০

Sentinel Digital Desk

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট ২০২০

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাটত খালি পদ সমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: জুনিয়ৰ প্ৰজেক্ট ফেল'অ

পদৰ সংখ্যা: ০২

দৰমহা: ১৬,০০০/- প্ৰতি মাহ

কৰ্ম স্থান: যোৰহাট

ৱা্ক-ইন-ইন্টাৰভিউৰ: ২৭/০২/২০২০

ঠিকনা: Rain Forest Research Institute, Post Box No.136, Sotai,Jorhat-785001, Assam

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

TA/DA প্ৰদান কৰা নহয়।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদন ৰ সৈতে পাছপোৰ্ট ফটো সহ প্ৰয়োজনীয় নথিপত্ৰ সমূহ ইন্টাৰভিউৰ দিনাই ৯:৩০ৰ পৰা ১০:৩০ ত জমা কৰিব লাগিব। আবেদনসমূহ www.icfre.gov.in ৱেবচাইটত পোৱা যাব।

আবেদনৰ শেষ তাৰিখ: ২৭/০২/২০২০

অধিক জনাৰ বাবে : Click Here