ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম 2020
ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান, অসম ত ৪টাকৈ
খালী পদ একাউন্ট এছিচটেন্ট, প্ৰোগেমাৰ এছিচটেন্ট প্ৰোগেমাৰ পদৰ ৱাক ইন ইনটাৰভিউৰ বাবে ইচ্ছুক পাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
১. একাউন্ট এছিচটেন্ট
পদৰ সংখ্যা- ০১
দৰমহা- ২৫০০০ প্ৰতি মাহ
শিক্ষাগত অৰ্হতা- বাণিজ্যিকত স্নাতক ৰ লগতে গুৰুবিষয় একাউন্টেন্স হব লাগিব। একাউন্টিং, টেলি আৰু ফাইনেনচিয়েল বিষয়ত অভিজ্ঞতা থাকিব লাগিব।
বয়স সীমা - ৪৫ বছৰ ৰ অনুৰ্ধত।
কামৰ সময়সীমা -৬ মাহ
২. প্ৰোগেমাৰ
পদৰ সংখ্যা-০১
দৰমহা-৩৮০০০ প্ৰতি মাহ
*শিক্ষাগত অৰ্হতা- কম্পিউটাৰ বিষয়ত স্নাতকোত্তৰ অথবা এম.এচ চি ( কম্পিউটাৰ বিজ্ঞান/ ইনফৰমেচন টেকন'লজি)
* বি.ই /বি . টেক কম্পিউটাৰ ইন্জিনিয়াৰিং অথবা কম্পিউটাৰ বিজ্ঞান অথবা কম্পিউটাৰ টেকনলজি অথবা ইন্জিনিয়াৰিং অথবা ইনফৰমেচন টেকন'লজি।
* ৩/৪ বছৰীয়া গভৰ্নমেনট অফিচত প্ৰোগেমিংৰ অথবা ইনফৰমেচন চিচটেমত অভিজ্ঞতা থাকিব লাগিব।
বয়স সীমা-৪৫ বছৰ ৰ অনুৰ্ধত
কামৰ সময়সীমা- ১১ মাহ
৩.এছিচটেন্ট প্ৰোগেমাৰ
পদৰ সংখ্যা-০২
দৰমহা- ৩০০০০ প্ৰতি মাহ
*শিক্ষাগত অৰ্হতা- কম্পিউটাৰ বিষয়ত স্নাতকোত্তৰ অথবা এম.এচ চি ( কম্পিউটাৰ বিজ্ঞান/ ইনফৰমেচন টেকন'লজি)
* বি.ই /বি . টেক কম্পিউটাৰ ইন্জিনিয়াৰিং অথবা কম্পিউটাৰ বিজ্ঞান অথবা কম্পিউটাৰ টেকনলজি অথবা ইন্জিনিয়াৰিং অথবা ইনফৰমেচন টেকন'লজি।
* ৩/৪ বছৰীয়া গভৰ্নমেনট অফিচত প্ৰোগেমিংৰ অথবা ইনফৰমেচন চিচটেমত অভিজ্ঞতা থাকিব লাগিব।
বয়স সীমা-৪৫ বছৰ ৰ অনুৰ্ধত
কামৰ সময়সীমা- ১১ মাহ
আবেদনৰ সৈতে প্ৰাৰ্থীসকলে চি ভি, চাৰ্টিফিকেট মাৰ্কশ্বীট সমূহত চেল্ফ এটেষ্টেড কৰি ইনটাৰভিউৰ দিনা আনিব লাগিব।
একাউন্ট এছিচটেন্ট- ১১/০২/২০২০
প্ৰোগেমাৰ এছিচটেন্ট -১২/০২ /২০২০
প্ৰোগেমাৰ-১২/০২/২০২০
অন্য খবৰৰ বাবে পঢ়ক : আৰ্যবিদ্যা পীঠ মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি