চাকৰি

ৰিজাৰ্ভ বেংকৰ মেডিকেল কনছালটেণ্ট নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ শ্ৰীনগৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

ঠিকনাঃ Address: Main Office Building Reserve Bank of India, Amir Manzil, 1-C, Rajbagh, Srinagar-190008।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হব। এই ক্ষেত্ৰত বেংকৰ সিদ্ধান্তই চূড়ান্ত হব। প্ৰয়োজনত প্ৰাৰ্থীৰ স্বাস্থ্য পৰীক্ষাও কৰা হব।

সবিশেষ জানিবলৈ https://opportunities.rbi.org.in/Scripts/bs_viewcontent.aspx?Id=3877চাওক।