চাকৰি

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত Medical Consultantৰ পদখালী

Sentinel Digital Desk

ভাৰতীয় ৰিজাৰ্ভ বেংকত, বেংকৰ চিকিৎসীয় পৰামৰ্শদাতাৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : Medical Consultant ।

খালী পদৰ সংখ্যা : ০১টা ।

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

দৰমহা : ১,০০০ চকা (প্ৰতি ঘণ্টাত)

অন্তিম তাৰিখ : ৫/১০/২০২১ ।

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠান/বিশ্ববিদ্যালয়ৰ পৰা MBBS ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা :the Principal, College of Agricultural Banking, Reserve Bank of India, University Road, Pune – 411016 on or before 05-Oct-2021।