চাকৰি

ৰে'লটেল কৰ্পোৰেচনত অতিৰিক্ত মহাপ্ৰৱন্ধকৰ পদখালী

ৰে’লটেল কৰ্পোৰেচনে এটা অতিৰিক্ত মহাপ্ৰৱন্ধকৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

বয়সৰ সীমাঃ ৫৬ বছৰতকৈ অধিক হব নালাগিব।

আবেদন প্ৰক্ৰিয়াঃ অফলাইন আৰু অনলাইন।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৬-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

ম্যাদঃ তিনি বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ www.railtelindia.com

অৰ্হতাঃ

প্ৰাৰ্থী ছিলেকচন গ্ৰেডৰ বিষয়া হব লাগিব।

নিৰ্দিষ্ট অৰ্হতাঃ

প্ৰাৰ্থী Universal Service Obligation Fund (Usof) Routes And Railway Routes-ৰ বিপননৰ দায়িত্ব ল'ব লাগিব।

ৰেলৱে ফাইবাৰ আৰু ফাইবাৰ ব্যৱহাৰৰ চোৱাচিতা কৰিব লাগিব। ছিগনেল প্ৰকল্পৰ কামৰ পৰিকল্পনা, নক্সা প্ৰস্তুতকৰণ তথা ৰূপায়ন কৰিব লাগিব। ৰেলৱে আৰু অন্যান্য সংস্থাৰ সৈতে সমন্বয় ধৰি ৰখাৰ কাম। সময়ে সময়ে দিয়া অন্যান্য কাম কৰিব লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।