চাকৰি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০২টা।

দৰমহাঃ ১৯,৯০০টকাৰ পৰা ৬৩,২০০টকা।

বয়সৰ সীমাঃ ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-১০-২০২০।

আবেদনৰ নিয়মঃ Director, Rain Forest Research Institute, P. Box. No. 126, Jorhat-785001লৈ আবেদন জনাব পাৰিব।