চাকৰি

আঞ্চলিক বন গৱেষণা আৰু শিক্ষা প্ৰতিষ্ঠানত পদখালী

Sentinel Digital Desk

পদৰ নামঃ বনাঞ্চলিক বিষয়া।

খালীপদৰ সংখ্যাঃ এটা।

নিযুক্তিৰ স্থানঃ যোৰহাট।

নিযুক্তিঃ ডেপুটেচন ভিত্তিত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

সবিশেষ জানিবলৈ http://icfre.org/vacancy/vacancy362.pdf চাওক।