চাকৰি

ভাৰতীয় ৰেলৰ কাৰিকৰী আৰু অৰ্থনৈতিক সেৱা ( RITES )-ত পদখালী

Sentinel Digital Desk

ভাৰতীয় ৰেলৰ কাৰিকৰী আৰু অৰ্থনৈতিক সেৱাত অতিৰিক্ত মহা প্ৰবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : অতিৰিক্ত মহা প্ৰৱন্ধক

খালী পদৰ সংখ্যা : ০১টা ৷

বয়স : ৫৬ বছৰ

দৰমহা : কামৰ ওপৰত নিৰ্ভৰশীল

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২২/০৮/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী RITESৰ ৰাজ অধিসূচনা দ্বাৰা উল্লেখিত যোগ্যতাসমূহ পূৰ্ণ কৰিবৰ বাবে যোগ্য হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন প্ৰক্ৰিয়াৰে RITESৰ ৱেবচাইট rites.com ৰ যোগেদি অন্তিম তাৰিখ ২২ আগষ্ট ২০২১ৰ আগত নিজৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব।