চাকৰি

জ্যেষ্ঠ কাৰ্যবাহী নিযুক্তিৰ বাবে ষ্টেট বেংকৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৬টা।

বয়সৰ সীমাঃ ৩১-০৩-২০২০ত সৰ্বোচ্চ ৩৫ বছৰ।

দৰমহাঃ বছৰি ১২ লাখ টকাৰ পৰা ২০ লাখ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৩-০৭-২০২০।

সবিশেষ জানিবলৈ https://bank.sbi/careers or https://www.sbi.co.in/careers চাওক।