চাকৰি

এছ বি আইত বিভিন্ন পদত মকৰলৰ ব্যৱস্থা

Sentinel Digital Desk

ভাৰতীয় ষ্টেট বেংক(এছ বি আই)-এ নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছেঃ

১) চেনেল মেনেজাৰ ফেচিলেটৰ/চেনেল মেনেজাৰ ছুপাৰভাইজৰ/ছাপ'ৰ্ট বিষয়া

খালী পদৰ সংখ্যাঃ ৮৫টা।

দৰমহাঃ ৩০ হেজাৰৰ পৰা ৩৫ হেজাৰ টকা।

বয়সৰ সীমাঃ ৬৫ বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭.০৬.২০২০

সবিশেষ জানিবলৈ www.sbi.co.in চাওক।