চাকৰি

এছ বি আইত প্ৰৱন্ধক/ছুপাৰভাইজৰ নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২২টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৬-২০২০

দৰমহাঃ মাহিলীঃ ৩৫হেজাৰ টকা।

বয়সঃ সৰ্বোচ্চ ৬৫বছৰ।

সবিশেষ জানিবলৈ https://www.sbi.co.in/webfiles/uploads/files_2021/03062020_Recruitment_anytime_channel_Guwahati.pdf চাওক।