চাকৰি

এছ.পি.এছ.চি (SPSC) নিযুক্তি ২০২০

Sentinel Digital Desk

এছ.পি.এছ.চি (SPSC) নিযুক্তি ২০২০

 পদৰ নাম- যোগ পৰদর্শক

পদখালী: ০১

বয়স:১৮ বছৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব

শিক্ষাগত অর্হতা: অধিক জানিবৰ বাবে তলৰ লিংকটোত ক্লিক কৰক

অভিজ্ঞতা: নবীন সকলেও আবেদন কৰিব পাৰিব

আবেদনৰ অন্তিম তাং: ৬ জুলাই, ২০২০.

স্থান: গেংটক, ছিক্কিম

অধিক জানিবৰ বাবে: click here