চাকৰি

এছএছবিত নিযুক্তি ২০২১, হেড কনিষ্টবলৰ পদ খালী

Sentinel Digital Desk

সশস্ত্ৰ সীমা বল (এছ এছ বি)ত হেড কনিষ্টবলৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। চাকৰি প্ৰত্যাশীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব :-

পদৰ নাম-হেড কনিষ্টবল ।

খালী পদ -১১৫টা৷

নিযুক্তিৰ স্থান - সমগ্ৰ ভাৰতত । দৰমহা-২৫,৫০০-৮১,১১০/- টকা ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ-২৪/০৮/২০২১ ।

বয়সৰ সীমা -১৮ - ২৫ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থী স্বীকৃত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰতিষ্ঠানৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। কম্পিউটাৰত টাইপ কৰিব পাৰিব লাগিব ৷

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ২২ আগষ্ট ২০২১ বা তাৰ পূৰ্বে অফিচিয়েল এছএছবি ৰিক্ৰুইটমেণ্ট পৰ্টেললৈ গৈ অনলাইন প্ৰক্ৰিয়াৰে খালী পদৰ বাবে অনলাইন আবেদন কৰিব পাৰে।