চাকৰি

এছ বি আইত বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

SBI Circle Based Officer।

খালী পদৰ সংখ্যাঃ ৩,৮৪০টা।

বয়সৰ সীমাঃ ০১-০৮-২০২০ত ৩০ বছৰতকৈ অধিক হব নালাগিব। প্ৰাৰ্থীৰ জন্ম ১৯৯০ৰ ২ আগষ্টৰ পূৰ্বে হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।

দৰমহাঃ জে এম চি এছ-১(২৩,৭০০-৮০০টকা, ৭-৩০,৫৬০-১১৪৫টকা, ২-৩২,৮৫০-১,৩১০টকা, ৭-৪২,০২০টকা)।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬ আগষ্ট, ২০২০।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ recruitment.bank.sbi/crpd-cbo-2020-21-20-ত অনলাইন আবেদন কৰিব লাগিব।