খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।
বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ২০২০ৰ ১ জানুৱাৰীত ২৮বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব। প্ৰাৰ্থীৰ জন্ম ২০০২ৰ ১ জানুৱাৰীৰ পূৰ্বে আৰু ১৯৮২ৰ এক জানুৱাৰীৰ পাছত হ'ব লাগিব। অৱশ্যে এছ চি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিয়োগ বৰ্ডে কেৱল মেট্ৰিকৰ প্ৰমাণপত্ৰত লিপিবদ্ধ বয়সহে গ্ৰহণ কৰিব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৮-২০২০।
আবেদন মাচুলঃ কোনো ধৰণৰ আবেদন মাচুলৰ ব্যৱস্থা নাই। ঠিকনাঃ State Level Police Recruitment Board Assam, Rehabari, Guwahati –781008. আবেদন কেৱল এই ৱেবছাইট www.slprbassam.in ৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব। অন্তিম তাৰিখৰ পাছত আবেদন গ্ৰহণ কৰা নহ'ব।
সবিশেষ জানিবলৈ www.slprbassam.in চাওক।
আৰু পঢ়িব পাৰেঃ অসমৰ পৰিবহন বিভাগত বিভিন্ন ধৰণৰ পদ খালী