চাকৰি

উচ্চতম ন্যায়ালয়ত অট্টালিকা তদাৰকী নিয়োগ

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৮টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯-০৮-২০২০।

দৰমহাঃ ৪৭,৬০০টকা। বয়সৰ সীমাঃ ০১-০৮-২০২০-ত ৩০ বছৰতকৈ কম হব লাগিব।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ Registrar (Recruitment cell), Supreme Court of India, Tilak Nagar, New Delhi.লৈ আবেদন প্ৰেৰণ কৰিব লাগিব।