চাকৰি

টি আই এছ এছত সহযোগী অধ্যাপকৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ছটা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, মুম্বাই, হায়দৰাবাদ ।

আবেদনৰ মাচুলঃ দুহেজাৰ টকা। অৱশ্যে অ' বি চি, এছ চি, এছ টি আৰু শাৰীৰিকভাৱে অক্ষম(দিব্যাংগ) প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২০।

কেৱল অন-লাইন আবেদনহে গ্ৰহণ কৰা হ'ব।

সবিশেষ জানিবলৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট website www.tiss.edu চাওক।