চাকৰি

তেজপুৰ মেডিকেল কলেজ হাস্পতালত পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ২ টা।

দৰমহাঃ মাহিলী ২৫,৫০০টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৮বছৰ।

মৌখিক সাক্ষাত্কাৰঃ ১৭-০৭-২০২০ত মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হ'ব। সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স আদিৰ মূল প্ৰমাণপত্ৰ আনিব লাগিব।

সবিশেষ জানিবলৈ http://tmcassam.org/news/41.pdfচাওক।