চাকৰি

তেজপুৰ বিশ্ববিদ্যালয়ত হিচাপ পৰীক্ষক বিষয়া নিযুক্তি

Sentinel Digital Desk

খালীপদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ৫০বছৰতকৈ অধিক হ'ব নালাগিব।।

নিযুক্তিৰ স্থানঃ তেজপুৰ। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৭-২০২০।