চাকৰি

তেজপুৰ বিশ্ববিদ্যালয়ত জে আৰ এফৰ প্ৰয়োজন

তেজপুৰ বিশ্ববিদ্যালয়ে জুনিয়ৰ ৰিচাৰ্ছ ফেলো (জে আৰ এফ) নিয়োগৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকাৰ লগতে আঠ শতাংশ গৃহ ভাট্টা।

নিযু্ক্তিৰ স্থানঃ তেজপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৬-২০২১।

বয়সৰ সীমাঃ ২৮ বছৰ।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙৰ এম ই বা এম টেক হব লাগিব। নতুবা ন্যূনতম ৬০ শাতাংশ নম্বৰসহ এম চি এ হব লাগিব। লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ নিয়ম অনুসৰি ম্যাদ থকা নেট বা শ্লেট থাকিব লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অহা ২৪ জুন, ২০২১ত সাক্ষাতকাৰ অনুষ্ঠিত হব। এই সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিয়োগ কৰা হব।