চাকৰি

তেজপুৰ বিশ্ববিদ্যালয়ত জে আৰ এফ মকৰল

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

Sentinel Digital Desk

তেজপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল' মকৰলৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'

খালী পদৰ সংখ্যা : ০১টা ।

অৱস্থান : তেজপুৰ, অসম । 

দৰমহা : ৩১,০০০টকা (মাহিলী)।

অন্তিম তাৰিখ : ১৮/০৯/২০২১ । 

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, প্ৰয়োজনীয় নথি পত্ৰ সহ নিম্নোক্ত ই- মেইল লৈ প্ৰেৰণ কৰিব লাগিব।

মেইল : nayanmoni@tezu.ernet.in,

nayan.g3@gmail.com