চাকৰি

অধ্যাপক নিযুক্তিৰ বাবে টি আই এছ এছৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৭টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, মুম্বাই হায়দৰাবাদ।

আবেদনঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হ'ব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২০।

সবিশেষ জানিবলৈ www.tiss.edu চাওক।