চাকৰি

টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সছত অধ্যাপকৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৭টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, মুম্বাই, হায়দৰাবাদ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২০

সবিশেষ জানিবলৈ www.tiss.edu চাওক।