চাকৰি

টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সত পৰামৰ্শদাতাৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

Sentinel Digital Desk

টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্স (TISS) ১৯৩৬চনত চাৰ সৌৰাবজী টাটা গ্ৰেজুৱেট স্কুল অৱ ছ'চিয়েল ছায়েন্স নামেৰে স্থাপিত কৰা হৈছিল। ১৯৪৪ চনত এই টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্স নামেৰে পুনঃনামকৰণ কৰা হয়। ১৯৬৪চনত এই অনুষ্ঠানক বিশ্ববিদ্যালয় অনুদান আয়োগ অধিনিয়ম (UGC) ১৯৫৬ৰ খণ্ড ৩ৰ অধীনত স্বীকৃতি প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ মুলমন্ত্ৰ উন্নত মানদণ্ডৰ উচ্চ শিক্ষা প্ৰদান কৰা, যিয়ে সমাজৰ গতানুগতিক ভাৱে সলনি হোৱা নিয়মাৱলীৰ সৈতে জ্ঞান আৰু উন্নয়ন যোগে, মানুহক কেন্দ্ৰিক, পৰিস্থিতি অনুযায়ী ধাৰণক্ষম আৰু মৰ্যদা, সমান্তৰাল, সামাজিক ন্যায় আৰু মানুহৰ হতে মাত মাতিবলৈ সামৰ্থ্য প্ৰদান কৰিব।

চাকৰিৰ অধিসূচনা ২০২১:

টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্স, মুম্বাইত, ০১গৰাকী প্ৰাৰ্থীক, প্ৰতিবেদন লেখক পৰামৰ্শদাতাৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰতিবেদন লেখক পৰামৰ্শদাতা

খালী পদৰ সংখ্যা : ০১টা

দৰমহা : ৩০,০০০/- টকা, (মাহিলী)

নিযুক্তিৰ স্থান : মুম্বাই

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩১/১০/২০২১

পদৰ সময়সীমা : ০২মাহ

অৰ্হতা :

• কাউন্সেলিং, ক্লিনিকেল মনোবিজ্ঞান আৰু সমাজ কৰ্মত স্নাতকোত্তৰ উত্তীৰ্ণ হ'ব লাগিব।

• MA/ MSc UGC স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা।

• মহিলাৰ উপৰত নিৰ্যাতন সম্বন্ধীয় সমস্যা সমূহৰ সৈতে কাউঞ্চিলৰ/ প্ৰশিক্ষক/ কণ্টেন্ত ডেভেলপাৰ হিচাপে কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

• উল্লেখিত সমস্যা সমূ্হৰ সৈতে পোনপটীয়া ভাৱে কাম কৰা ৩বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

• ভাৰতীয় ৰাজভাষাৰ জ্ঞান।

• ইংৰাজী বিষয়ত শৈক্ষিক আৰু গৱেষণা লিখনিৰ কৌশল।

• কৌশলী প্ৰশিক্ষিত কাউঞ্চিলৰ বা অন্য সহায়ক পেছা।

• কাউন্সিলিং, ক্লিনিকেল মনোবিজ্ঞান আৰু সমাজ কৰ্ম বিষয় সমূহ শৈশিক কালত নথকা প্ৰাৰ্থী সকলে আবেদন কৰিব নোৱাৰে।

আবেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থীয়ে icallhelpline@gmail.com ত ভনলিনে যোগে পোনপটীয়া কৈ নিজৰ বায়ডাতা প্ৰৰণ কৰিব পাৰিব। আবেদনৰ বিষয়ত 'Report Writing Consultant' হিচাপে পদৰ নাম আৰু বিজ্ঞাপনৰ নম্বৰ যোগ কৰিব লাগিব।

বাছনি প্ৰক্ৰীয় : বাচনি কৰা প্ৰাৰ্থী সমূহক সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰা হ'ব।