চাকৰি

সহকাৰী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে আধাৰ কৰ্তৃপক্ষৰ আবেদন আহ্বান

আধাৰ কৰ্তৃপক্ষই সহকাৰী সঞ্চালক প্ৰধান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৬টা।

দৰমহাঃ ১,২৩,১০০টকাৰ পৰা ২,১৫,৯০০টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৮-২০২০।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হ'ব লাগিব।

সবিশেষ জানিবলৈ https://uidai.gov.in/images/career/ADG_Tech_vacancy_circular_dt_06_07_2020.pdf চাওক।