খালী পদৰ সংখ্যাঃ ১টা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হব লাগিব।
ঠিকনাঃ Assistant Director.General (HR), Unique Identification Authority of India (UIDAI). Regional Office, Block-V, 1st Floor, Housefed Complex, Dispur, Guwahati -781006 ।
প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।
আৰু চাব পাৰেঃ অল ইণ্ডিয়া ৰেডিঅ'ৰ গুৱাহাটীৰ সম্পাদনা শাখাত নিযুক্তি