চাকৰি

বিজ্ঞান আৰু প্ৰযুক্তবিদ্যা বিশ্ববিদ্যালয়, মেঘালয়ত পদখালী

বিজ্ঞান-প্ৰযুক্তবিদ্যা বিশ্ববিদ্যালয়,মেঘালয়ত অধ্যাপক,সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

বিজ্ঞান আৰু প্ৰযুক্তবিদ্যা বিশ্ববিদ্যালয়, মেঘালয়ত অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

পদৰ নাম : অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক

খালী পদৰ সংখ্যা : ১. বাণিজ্য বিজ্ঞান বিভাগ : বাণিজ্য প্ৰশাসন ( ব্যৱসায়ত বিশেষজ্ঞ), অৰ্থনীতি, বাণিজ্য

২. সমাজ বিজ্ঞান বিভাগ আৰু কলা : সমাজসেৱা, গ্ৰন্থগাৰ আৰু জ্ঞান বিজ্ঞান, বিজ্ঞান, সমাজবিজ্ঞান, ইংৰাজী, ৰাজনৈতিক বিজ্ঞান, গ্ৰামীণ বিকাশ, শিক্ষা, মনোবিজ্ঞান

৩.প্ৰযুক্তি বিজ্ঞান বিভাগ : গণিত, ভূগোল, পৰিবেশ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান

৪. ফাৰ্মাচী বিজ্ঞান বিভাগ : ফাৰ্মাচী বিজ্ঞান

৫. আনুষঙ্গিক চিকিৎসা বিজ্ঞান বিভাগ : ফিজিঅথেৰাপী, যোগ, চিকিৎসা গৱেষণাগাৰ প্ৰযুক্তিবিদ্যা

৬. জীৱ বিজ্ঞান বিভাগ : প্ৰাণীবিজ্ঞান, উদ্ভিদ বিজ্ঞান, জৈব্যপ্ৰযুক্তি, অণুজীৱ বিজ্ঞান, খাদ্য বিজ্ঞান আৰু প্ৰযুক্তবিদ্যা

৭. PQH শিক্ষা বিভাগ : BEd

৮. অভিযান্ত্ৰিক আৰু প্ৰযুক্তবিদ্যা বিভাগ : কম্পিউটাৰ বিজ্ঞান

৯. আইন আৰু অনুসন্ধান বিশ্ববিদ্যালয় বিভাগ : আইন

১০. ভাষা আৰু সংস্কৃতি বিভাগ : খাচী, অসমীয়া, হিন্দী

অৱস্থান : মেঘালয়

অন্তিম তাৰিখ : ৩১/০৮/২০২১

পদৰ ধৰণ : স্থায়ী

অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী উক্ত বিভাগত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব। লগতে PhD/ NET সম্পূৰ্ণ কৰা হ'ব লাগিব।  অভিজ্ঞতা থকা প্ৰাৰ্থীক বেছি গুৰুত্ব দিয়া হ'ব। অৱসৰপ্ৰাপ্ত অধ্যাপক/ সহকাৰী অধ্যাপক সকলেও আবেদন জনাব পৰিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ  লগত এখন শেহতীয়া পাছপৰ্ট নিম্মোক্ত মেইলত অন্তিম তাৰিখ অহা ৩১ আগষ্টৰ আগত পঠাব লাগিব।

মেইল : ustm.rectt@gmail.com