চাকৰি

এন ডি এ পৰীক্ষাৰ আয়োজন কেন্দ্ৰীয় লোকসেৱা আয়োগৰ

Sentinel Digital Desk

কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)-এ নেচনেল ডিফেন্স একাডেমী আৰু নেভেল একাডেমী পৰীক্ষাৰ আয়োজন কৰিছে। 

খালী পদৰ সংখ্যাঃ

এন ডি এঃ ৩৭০টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

এন এঃ ৩০টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ- ০৮-১০-২০২১।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত ১০০ টকা।

বেৱছাইটঃ upsc.gov.in

https://www.sentinelassam.com/jobs-in-rest-of-india/union-public-service-commission-across-india-national-defence-academy-naval-academy-job-vacancy-556692