চাকৰি

সহকাৰী সচিব নিয়োগৰ বাবে ইউ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰত।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩০ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

সবিশেষ জানিবলৈ https://upsc.gov.in/whats-new/06%20-%202020 চাওক।