চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত অভিযন্তা, কনিষ্ঠ অভিযন্তা, বিষয়া আদি পদ খালী

Sentinel Digital Desk

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট নিজৰ ক্ষেত্ৰত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য কৃষি খণ্ডত সমগ্ৰ বিশ্বকে হচকিত কৰি তুলিব পৰা মানৱ সম্পদ গঢ়ি তোলা, আৰু লগতে পৰম্পৰাগত আৰু সীমান্ত, দুয়ো ক্ষেত্ৰতে উৎপাদন অনুকূলীকৰণ আৰু কৃষি ভিত্তি উন্নয়নৰ হেতু নতুন প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন কৰা।

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত পদখালী :

অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত শেহতীয়াভাবে  ১৭গৰাকী অভিযন্তা, কনিষ্ঠ অভিযন্তা, বিষয়া আৰু বিভিন্ন খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল। 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

খালী পদৰ সংখ্যা 

দৰমহা

প্ৰয়োজনীয় অৰ্হতা

অধীক্ষক অভিযন্তা

০১

৩০,০০০ - ১১০,০০০/- টকা মাহিলী + জি.পি. ১৬,৯০০/- টকা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা চিভিল অভিযান্ত্ৰিক বিষয়ত স্নাতোত্তৰ ডিগ্ৰী বা চিভিল অভিযান্ত্ৰিক বিষয়ত AMIE(ভাৰত)।

• ১২বছৰীয়া কৰ্ম অভিজ্ঞতা, তাৰে ৫বছৰ পথ আৰু বিল্ডিঙ নিৰ্মাণ কামত ডিজাইন আৰু নিৰীক্ষণত কাৰ্য্যকৰী অভিযন্তাৰ পদমৰ্যাদা।

• গাণনিক বিষয়ত অভিজ্ঞতা।

কাৰ্য্যকৰী অভিযন্তা

০১

৩০,০০০ - ১১০,০০০/- টকা মাহিলী + জি.পি. ১৪,৫০০/- টকা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা চিভিল অভিযান্ত্ৰিক বিষয়ত স্নাতোত্তৰ ডিগ্ৰী বা চিভিল অভিযান্ত্ৰিক বিষয়ত AMIE(ভাৰত)।

• ১২বছৰীয়া কৰ্ম অভিজ্ঞতা, তাৰে ৫বছৰ পথ আৰু বিল্ডিঙ নিৰ্মাণ কামত ডিজাইন, নিৰ্মাণ আৰু নিৰীক্ষণ, পানী যোগান বিভাগত কাম প্ৰাককলন আৰু তত্বাৱধান কাৰ্য্যকাৰী যেনে টিউবল বঢ়োৱা আদি কামত কাৰ্য্যকাৰী অভিযন্তাৰ পদমৰ্যাদা।

বা চিভিল অভিযান্ত্ৰিক বিষয়ত ডিপ্লোমা লগতে নূন্যতম ১৫বছৰীয়া কৰ্ম অভিজ্ঞতা, তাৰে ৫বছৰ পথ আৰু বিল্ডিঙ নিৰ্মাণ কামত ডিজাইন, নিৰ্মাণ আৰু নিৰীক্ষণ, পানী যোগান বিভাগত কাম প্ৰাককলন আৰু তত্বাৱধান কাৰ্য্যকাৰী যেনে টিউবল বঢ়োৱা আদি কামত কাৰ্য্যকাৰী অভিযন্তাৰ পদমৰ্যাদা।

উপপঞ্জীয়ক (ব্যক্তিগত)

০১

৩০,০০০ - ১১০,০০০/- টকা মাহিলী + জি.পি. ১৪,৫০০/- টকা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য/ ক'লা/ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

• চৰকাৰী কাৰ্যালয় বা শিক্ষানুষ্ঠানত নূন্যতম ১০বছৰীয়া প্ৰসাশনীয় বিষয়ৰ সৈতে কৰ্ম অভিজ্ঞতা যাৰ ৫বছৰ সহকাৰী পঞ্জীয়ক বা সমান্তৰাল পদকৰ।

• বিশ্ববিদ্যালয়ৰ বা এনে কোনো অনুষ্ঠানত নিয়মাৱলী ধাৰ্য্য কৰাৰ ব্যুৎপত্তি।

উপ গাণনিক


০২

৩০,০০০ - ১১০,০০০/- টকা মাহিলী + জি.পি. ১৪,৫০০/- টকা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য/ ক'লা/ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

• চৰকাৰী কাৰ্যালয় বা শিক্ষানুষ্ঠানত নূন্যতম ১০বছৰীয়া পৰ্য্যবেক্ষক পদত একাউণ্ট আৰু তথ্য সংগ্ৰহৰ সৈতে কৰ্ম অভিজ্ঞতা যাৰ ৫বছৰ একাউণ্ট বিষয়া বা সমান্তৰাল পদকৰ।

উপগ্ৰন্থাগাৰিক

০১

৩০,০০০ - ১১০,০০০/- টকা মাহিলী + জি.পি. ১৪,৫০০/- টকা; ৭৯,৮০০ - ২,১১,৫০০/- টকা (প্ৰসাশনীয় স্তৰ ১২) (ইউ জি চি)

• চি পি চি : এই পদৰ বাবে নূন্যতম অৰ্হতা (১) চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম দ্বিতীয় বিভাগত সংগ্ৰহালয় আৰু জ্ঞান বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ লগতে কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান বা চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম দ্বিতীয় বিভাগত ক'লা/ বাণিজ্য/ বিজ্ঞান/ কৃষি/ পশু বিজ্ঞান/ গৃহ বিজ্ঞান স্নাতকোত্তৰ উত্তীৰ্ণ লগতে সংগ্ৰহালয় জ্ঞান বিজ্ঞান বিষয়ত নূন্যতম দ্বিতীয় বিভাগত স্নাতোত্তৰ উত্তীৰ্ণ।

ইউ জি চি : যিকোনো বিষয়ত স্নাতোত্তৰ উত্তীৰ্ণ।

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম নূন্যতম ৫৫% নম্বৰ সহ বা সমান্তৰাল গ্ৰেড B (গ্ৰেডপইন্ট ৩.৫০ - ৪.৪৯) সহ সংগ্ৰহালয় আৰু জ্ঞান বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ বা বিশ্ববিদ্যায়ৰ সংগ্ৰহালয় চিষ্টেমত ১৫বছৰীয়া বিত্তিধাৰী অভিজ্ঞতা।

• সংগ্ৰহালয়ত পৰিকল্পনা, আয়োজন, শাসন আদিৰ পদক্ষেপ লোৱা আৰু কৌশল দেখুৱাব পৰা প্ৰমাণ।

• "একাডেমিক পাৰফৰ্মন্স ইন্দিকেটৰ" দ্বাৰা ধাৰ্য্য কৰা প্ৰাৰ্থীৰ পোনপটীয়া নিযুক্তিৰ বাবে ধাৰণ কৰা নূন্যতম নম্বৰ অনুসৰি প্ৰাৰ্থিক বাছনি সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ কৰা হ'ব।

সহকাৰী পঞ্জীয়ক/ প্ৰশাসনিক বিষয়া

০৩

৩০,০০০ - ১১০,০০০/- টকা মাহিলী + জি.পি. ১৩,৯০০/- টকা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য/ ক'লা/ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

• ১০বছৰীয়া অভিজ্ঞতা যাৰ ৫বছৰ প্ৰশাসনত নিৰিক্ষকৰ পদকত আৰু কোনো কাৰ্য্যালয় বা শিক্ষানুষ্ঠানত ASO ৰ পদক বা বা সমান্তৰাল পদত কৈ কম নহ'ব।

• প্ৰতিস্থাপন, প্ৰাথমিক প্ৰশাসন, ব্যক্তিগত বা পুঁজি বিষয় সমুহৰ সৈতে কৰ্ম অভিজ্ঞতা।

সহকাৰী গাণনিক 

০৩

৩০,০০০ - ১১০,০০০/- টকা মাহিলী + জি.পি. ১৩,৯০০/- টকা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য/ ক'লা/ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

• প্ৰাৰ্থী তলত উল্লেখিত যিকোনো পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব

১. চাবৰ্দিনেট একাউণ্টচ চাৰ্ভিচ অফ আছাম

২. আছাম চাবৰ্দিনেট লোকেল অডিত' চাৰ্ভিচ

৩. বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজন কৰা সমান্তৰাল গ্ৰেডৰ পৰীক্ষা, ১০বছৰীয়া অডিত'/ একাউণ্টৰ অভিজ্ঞতা যাৰ ৫বছৰ জেষ্ঠ গাণনিক/ ডী. অডিত' বিষয়া/ ডী. গাণনিক বিষয়াবা সমান্তৰাল পদক বা চৰকাৰী/ মধ্য চৰকাৰী অনুষ্ঠানত উচ্চপদস্থ।

সহকাৰী অভিযন্তা

০২

৩০,০০০ - ১১০,০০০/- টকা মাহিলী + জি.পি. ১২,৭০০/- টকা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা চিভিল অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী বা চিভিল অভিযান্ত্ৰিক বিষয়ত AMIE(ভাৰত) বা এই বিষয়ত ডিপ্লোমা লগতে ৫বছৰীয়া বিত্তিধাৰী অভিজ্ঞতা।

কণিষ্ঠ অভিযন্তা

০৩ (চিভিল - ০২, ইলেকট্ৰিকেল - ০১)

২২,০০০ - ৮৭,০০০/- টকা মাহিলী + জি.পি. ৯,৭০০/- টকা

• চৰকাৰী স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানৰ পৰা চিভিল/ ইলেকট্ৰিকেল বিভাগত ৩বছৰীয়া ডিপ্লোমা লগতে ২/ ৩বছৰীয়া কৰ্ম অভিজ্ঞতা।

অনন্য তথ্য :

• বয়সৰ ৰেহাই : চৰকাৰী নিয়মাৱলী অনুসৰি

• নাগৰিকত্ব : সকলো পদৰ বাবে প্ৰাৰ্থী সকল অসমৰ স্থায়ী নাগৰিক হ'ব লাগিব।

• সংৰক্ষিত : অসম চৰকাৰৰ নিয়মাৱলী অনুসৰি।

• আৱেদন মাছুল :

# অ-সংৰক্ষিত : ৩০০/- টকা

# অনুসূচিত জনজাতি/ জাতি/ ডি এ চি/ ই ডব্লিউ এছ : ১৫০/-

• আৱেদন মাছুল জমা কৰাৰ প্ৰক্ৰিয়া : অনলাইন

আৱেদন প্ৰক্ৰিয়া :

• তললৈ যাওঁক, ৱেব লিংক বিভাগলৈ যাওঁক

• অনলাইন এপ্লিকেচন ক্লিক কৰক, ৰেজিষ্টাৰ কৰক

• অনলাইন এপ্লিকেচন ক্লিক কৰক, লগ ইন কৰক

• প্ৰয়োজনীয় তথ্য পূৰণ কৰক

• জমা কৰক

• আবেদনৰ এখন প্ৰতিলিপি লগত ৰাখক।