চাকৰি

ৱাপকছ (WAPCOS) লিমিটেডৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৩-২০২১।

ঠিকনাঃ5th Floor, "Kailash Building", 26, Kasturba Gandhi Marg, New Delhi - 110 001.

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা/সাক্ষাতকাৰ।

আবেদনঃ আবেদন অহা বছৰৰ ৩১ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ http://www.wapcos.gov.in/careers.aspx চাওক।