চাকৰি

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানত নিযুক্তি, প্ৰকল্প সহযোগীৰ পদখালী

Sentinel Digital Desk

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (ডব্লিউ.আই.আই.)-এ  প্ৰকল্প সহযোগী  নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।  আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদি সকলো তথ্য পাব। 

পদৰ নাম প্ৰকল্প সহযোগী –I

খালী পদ -২ টা ।

অৱস্থান-ভাৰতত ।

দৰমহা ২৫,০০০টকা – ৩১,০০০/- টকা (প্ৰতি মাহে)

আবেদনৰ অন্তিম তাৰিখ- ৩১/০৮/২০২১ ।

বয়স-৩৫ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে যিকোনো স্বীকৃত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰে।

আবেদনকাৰীয়ে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন ডব্লিউআইআই, চন্দ্ৰবানী, ডেৰাডুনলৈ প্ৰেৰণ কৰিব লাগিব- ২৪৮০০১ ।