চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ প্ৰজেক্ট ফেল’ৰ পদ খালী

Sentinel Digital Desk

অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ প্ৰজেক্ট ফেল’ৰ পদ খালী

পদৰ নামঃ জুনিয়ৰ প্ৰজেক্ট ফেল’

অৰ্হতাঃএম এচ চি,এমএফএচচি

খালী হৈ থকা পদৰ সংখ্যাঃ ০১

দৰমহাঃ প্ৰতি মাহে ১৬০০০ টকা ৷

অভিজ্ঞতাঃ ০-১

আবেদনৰ শেষ তাৰিখঃ ২৭/০৫/২০১৯

এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক