চাকৰি

কেন্দ্ৰীয় আভ্যন্তৰীণ মৎস গৱেষণা প্ৰতিষ্ঠানত টেকনিকেল এচিষ্টেন্টৰ পদ খালী

Sentinel Digital Desk

কেন্দ্ৰীয় আভ্যন্তৰীণ মৎস গৱেষণা প্ৰতিষ্ঠানত টেকনিকেল এচিষ্টেন্টৰ পদ খালী

পদৰ নামঃ টেকনিকেল এচিষ্টেন্ট

অৰ্হতাঃ বি এফ এচ চি,বি এচ চি ৷

খালী হৈ থকা পদৰ সংখ্যাঃ ০১

দৰমহাঃ প্ৰতিমাহে ১৪,০০০

অভিজ্ঞতাঃ ০-১

আবেদনৰ শেষ তাৰিখঃ ২৮/০৫/২০১৯

এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক