চাকৰি

তেজপুৰ বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ পদ খালী(এম.ফিল/পিএইচডি)

Sentinel Digital Desk

তেজপুৰ বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ পদ খালী(এম.ফিল/পিএইচডি)

১. পদৰ নামঃ গৱেষণা সহযোগী

২.অৰ্হতাঃ এম.ফিল/পিএইচডি

৩.খালী হৈ থকা পদৰ সংখ্যাঃ ০১

৪.দৰমহাঃ মাহে ৩৬,০০০ টকা ৷

৫. অভিজ্ঞতাঃ ০-১

৬.নিযুক্তিৰ ঠাইঃ তেজপুৰ ৷

আবেদনৰ শেষ তাৰিখঃ ২০/০৫/২০১৯

এই সন্দৰ্ভত অধিক জানিবৰ কাৰণে : ক্লিক কৰক