অসম পৰ্যটন উন্নয়ন নিগম (এ টি ডি চি)-ৰ মুখ্য কাৰ্যালয়ত টয়লেট ব্লক/গাধোৱা ঘৰৰ পৰিষ্কাৰকৰণ সেৱা(চাফাইৱালা)ৰ বাবে বিচৰা নিবিদা গ্ৰহণৰ শেষ তাৰিখ ০১-১০-২০২০ৰ দিনৰ ২ বজালৈকে বৃদ্ধি কৰা হৈছে বুলি সংশ্লিষ্টসকলক অৱগত কৰা হল। এই নিবিদা এ টি ডি চিৰ মেমো নম্বৰ ATDC-ESTT/2539/2016/992, তাৰিখ ০২-০৯
-২০২০যোগে প্ৰকাশ পাইছিল।
এই দিন বৃদ্ধি সম্পৰ্কীয় সবিশেষ তথ্য এ টি ডি চিৰ পৰ্টেল www.awesomeassam.org/page/tendernotice-ত চাব পাৰিব।
স্বাক্ষৰঃ পৰিচালন সঞ্চালক, এ টি ডি চি।
অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড।