সংশ্লিষ্ট সকলোকে জনোৱা যায় যে ধুবুৰী পৌৰসভাই পূৰ্বে নিবিদা বিচাৰি আহ্বান জনোৱা এন আই টি নম্বৰঃ ডি এম/পি ডব্লিউ ডি/১৪ এফ চি/২০২০-২০২১নম্বৰৰ নিবিদা জাননীখন (২৭ আগষ্ট ২০২০ তাৰিখৰ) এৰাব নোৱৰা কাৰণবশতঃ বাতিল কৰা হৈছে ৷
নিবিদা গ্ৰহণৰ নতুন তাৰিখ হৈছে ১৮ছেপ্টেম্বৰ, ২০২০ ৷
নিবিদাৰ সবিশেষ www.dhubrimb.org.in-ত পাব ৷
স্বাক্ষৰঃ কাৰ্যবাহী বিষয়া, ধুবুৰী পৌৰসভা