নিবিদা

চোৱাচিতা কামৰ বাবে ডিব্ৰুগড় বন সংমণ্ডলৰ নিবিদা আহ্বান

Sentinel Digital Desk

ডিব্ৰুগড় বন সংমণ্ডলে চোৱাচিতা (maintenance work) কামৰ বাবে  পঞ্জীয়নভুক্ত ঠিকাদাৰৰ পৰা নিবিদা আহ্বান কৰিছে। বন্ধ খামত অ-প্ৰত্যৰ্পিত ৮.২৫ টকা আদালতৰ মাচুলযুক্ত ষ্টাম্প লগাই এই নিবিদা জমা দিব লাগিব। নিবিদা ডিব্ৰুগড়ৰ বন সংমণ্ডল বিষয়া কাৰ্যালয়ত জমা দিব লাগিব। নিবিদা অহা ২১ ছেপ্টেম্বৰৰ বিয়লি ৩ বজালৈকে গ্ৰহণ কৰা হব। ইয়াৰ নিবিদা বাকচ ২১-০৯-২০২০ৰ দিনৰ ৩ বজাত মুকলি কৰা হব।

কামৰ নামঃ ১.৫ হেক্টৰ CAMPA নাৰ্ছাৰীৰ চোৱাচিতাকৰণ।

আনুমানিক মূল্যঃ ৭,০০,৩২৮টকা।

আমানত ধনঃ ১৪,০০৭ টকা।

কামৰ স্থানঃ জকাই আৰ এফ।