নিবিদা

গাফক্ৰ'মিক ফ্লিম যোগানৰ বাবে জি এম চি এইচৰ নিবিদা আহ্বান

Sentinel Digital Desk

                                                                                                                প্ৰেছ জাননী

গুৱাহাটী মেডিকেল কলেজস্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত গাফক্ৰ'মিক ফ্লিম (GAFCHROMIC FILM) যোগানৰ বাবে দুটা ভাগত (কাৰিকৰী আৰু বিত্তীয়) আগ্ৰহী চৰকাৰী সংস্থা/ব্যক্তিগত ফাৰ্মৰ পৰা ৮.২৫টকাৰ আদালতৰ মাচুলৰ মোহৰ লগোৱা বন্ধ নিবিদা বিচৰা হৈছে।

নিবিদা নথি গুৱাহাটী মেডিকেল কলেজৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰা ২৮ ছেপ্টেম্বৰ, ২০২০ৰ পৰা ০৮ অক্টোবৰ, ২০২০লৈকে কাৰ্যালয় চলি থকাৰ সময়ত সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ বাবদ ডিমাণ্ড ড্ৰাফটযোগে ১,০০০টকা ( এহেজাৰ) টকা জমা দিব লাগিব। ডিমাণ্ড ড্ৰাফট ২০০ বিছনাযুক্ত কৰ্কট হাস্পতাল, গুৱাহাটী মেডিকেল কলেজ, গুৱাহাটী-৭৮১০৩২ ৰ এইচ এম এছৰ হকে কাটিব লাগিব। ডিমাণ্ড ড্ৰাফট এছ বি আইৰ গুৱাহাটী ভঙাব পৰা হব লাগিব।

নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত নিবিদা ০৮ অক্টোবৰ, ২০২০-ৰ ১৪ বজালৈকে গ্ৰহণ কৰা হব আৰু একেদিনাই ১৫ বজাত মুকলি কৰা হব।

স্বাক্ষৰঃ

সদস্য সচিব, এইচ এম এছ, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান,

গুৱাহাটী মেডিকেল কলেজ,

গুৱাহাটী-৭৮১০৩২।