নিবিদা

সুৰক্ষা লাইট স্থাপনৰ বাবে নিবিদা আহ্বান

Sentinel Digital Desk

                                                                                                        নিবিদা আহ্বানৰ সংক্ষিপ্ত জাননী

গুৱাহাটী বৈদ্যুতিক সংমণ্ডলত এ পি ডব্লিউ ডিৰ বৈদ্যুতিক ঠিকাদাৰ (প্ৰথম শ্ৰেণীৰ এ বি চি), দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী)-ৰ পৰা নিৰ্ধাৰিত প্ৰ-পত্ৰত বন্ধ নিবিদা আহ্বান কৰা হৈছে। নিবিদাত ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব। নিবিদাকাৰীৰ এ পি ডব্লিউ ডি(গৃহ)-ত ম্যাদ থকা পঞ্জীয়ন থাকিব লাগিব। নিবিদা হাই মাষ্ট ছিকিউৰিটী লাইটিঙৰ কামৰ বাবে বিচৰা হৈছেঃ

১) বিশদ নিবিদা পত্ৰ প্ৰদানৰ বাবে আবেদনসহ সংশ্লিষ্ট সকলো নথিপত্ৰ কাৰ্যালয় চলি থকাৰ সময়ত নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত ২৯-০৯-২০২০ত গ্ৰহণ কৰা হব। নিবিদা মূল্য আই পি অ'যোগে কাৰ্যবাহী অভিযন্তা, পি ডব্লিউ ডি, গুৱাহাটী বৈদ্যুতিক সংমণ্ডল, চান্দমাৰী, গুৱাহাটী-৩.২ৰ হকে প্ৰেৰণ কৰিব লাগিব।

২) বিশদ নিবিদা নথি সক্ষম ঠিকাদাৰক ০১-১০-২০২০ত কাৰ্য়ালয় চলি থকাৰ সময়ত প্ৰদান কৰা হব। পূৰ কৰা নিবিদা ০৩-১০-২০২০ত দিনৰ ১৪বজালৈকে গ্ৰহণ কৰা হব আৰু ১৪-৩০-ত মুকলি কৰা হব।

৩) নিবিদা নথি প্ৰদানৰ শেষ তাৰিখ বা মুকলিৰ দিনা বন্ধৰ দিন ঘোষিত হয়, তেন্তে পৰৱৰ্তী কৰ্মদিনত নিবিদা নথি প্ৰদান কৰা হব ১৪ বজালৈকে গ্ৰহণ কৰা হব। নিবিদা দিনৰ ১৪-৩০ বজাত মুকলি কৰা হব।

অন্যান্য তথ্য নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত কাৰ্যালয় চলি থকাৰ সময়ত ২৯-০৯-২০২০লৈকে চাব পাৰিব।

স্বাক্ষৰঃ

কাৰ্যবাহী অভিযন্তা, পি ডব্লিউ ডি, গুৱাহাটী বৈদ্যুতিক সংমণ্ডল, চান্দমাৰী, গুৱাহাটী-৩।