নিবিদা

ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টৰ নিবিদা আহ্বান

Sentinel Digital Desk

ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, গুৱাহাটীয়ে বেকাৰী আৰু মিঠাই প্ৰস্তুত কৰা সঁজুলি যোগান আৰু স্থাপনৰ বাবে পুনৰাই অনলাইন নিবিদা আহ্বান কৰিছে ৷ এই নিবিদা দুটা ভাগ(কাৰিকৰী আৰু বিত্তীয়)-ত জমা দিব লাগিব ৷ নিবিদা প্ৰতিষ্ঠিত ফাৰ্মৰ পৰা বিচৰা হৈছে ৷

এই সামগ্ৰীসমূহ ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, কেটাৰিং টেকন'লজী এণ্ড এপ্লাইড নিউট্ৰিচন, গুৱাহাটী-৮৮১০৩৬ত যোগান আৰু স্থাপন কৰিব লাগিব ৷

আগ্ৰহীসকলে সবিশেষ জানিবলৈ www.ihmctanghy.org.in আৰু https://www.tenderwizard.com/CTANIHM-চাব পাৰে ৷

স্বাক্ষৰঃ অধ্যক্ষ, ইনষ্টিটিউট অৱ হোটেল মেনেজমেম্ট, ভি আই পি ৰোড, আপাৰ হেঙেৰাবাৰী, বৰবাৰী, গুৱাহাটী-৩৬।