নিবিদা

জি আই এছ নিৰ্ভৰ মানচিত্ৰৰ প্ৰস্তুতৰ নিবিদা গ্ৰহণৰ শেষ তাৰিখ বৃদ্ধি

Sentinel Digital Desk

গুৱাহাটী পৌৰ নিগমে কামৰূপ মহানগৰ অঞ্চলত জি আই এছ নিৰ্ভৰ মানচিত্ৰৰ প্ৰস্তুতৰ বাবে আৰ পি এফ জমা দিয়াৰ বাবে আহ্বান জনোৱা নিবিদা (নম্বৰঃ GCS/NURM/351/14/3238 , তাৰিখঃ 21/08/2020) গ্ৰহণৰ অন্তিম দিন ১০-০৯-২০২০লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ অন্যান্য চৰ্ত আৰু অৰ্হতাৱলী একে থাকিব।

স্বাক্ষৰঃ আয়ুক্ত, গুৱাহাটী পৌৰ নিগম, পাণবজাৰ, গুৱাহাটী-০১।