নিবিদা

উত্তৰ কামৰূপ বন সংমণ্ডলৰ নিবিদা আহ্বান

Sentinel Digital Desk

                                                                                                            সংক্ষিপ্ত বিক্ৰী জাননী

উত্তৰ কামৰূপ বন সংমণ্ডল অধীনত কাঠৰ টুকুৰা বিক্ৰীৰ বাবে অসম পৰিবহণ আৰু মহল বিধি বন্দোবস্তি, ১৯৭৭( ২০০০-ত সংশোধনী)ৰ অধীনত নিবিদা আহ্বান কৰা হৈছে। নিবিদাত ৮.২৫টকা (আঠ টকা ২৫ পইচা)-ৰ আদালতৰ মাচুল লগাব লাগিব। নিবিদা নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত ১২-১০-২০২০-ৰ বিয়লি ৩ বজালৈকে গ্ৰহণ কৰা হব।

যদি উক্ত দিনটোত কোনো কাৰণত বন্ধ ঘোষিত হয়, তেতিয়া পৰৱৰ্তী কৰ্মদিনত বিয়লি তিনি বজালৈকে নিবিদা গ্ৰহণ কৰা হব।  

স্বাক্ষৰঃ মাণ্ডলিক বন বিষয়া, উত্তৰ কামৰূপ সংমণ্ডল, ৰঙিয়া।