নিবিদা

ৰোড পাৰ্কিংস্থলৰ উন্নয়নৰ বাবে গড়কাপ্টানীৰ মৰিগাঁৱৰ নিবিদা আহ্বান

Sentinel Digital Desk

গড়কাপ্টানী বিভাগৰ মৰিগাঁও জিলা টেৰিটৰিয়েল পথ সংমণ্ডলে অসমৰ ৰাজ্যপালৰ হৈ অসম গড়কাপ্টানী বিভাগৰ পঞ্জীয়নভুক্ত ঠিকাদাৰৰ পৰা আভ্যন্তৰীণ পাৰ্কিংস্থল আৰু নলা-নৰ্দমা উন্নীতকৰণ আৰু বাবে বন্ধ খামত নিবিদা বিচাৰিছে। এই কাম ২০১৯-২০ৰ অধীনত মৰিগাঁও নগৰৰ গীতাশ্ৰমত হ'ব ৷ইয়াৰ আনুমানিক মূল্য ২৮.৪৭লাখ টকা ৷

অহা ৪ ছেপ্টেম্বৰলৈকে নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ কাৰিকৰী শাখাৰ পৰা নিবিদা নথি সংগ্ৰহ কৰিব পাৰিব ৷

স্বাক্ষৰঃ কাৰ্যবাহী অভিযন্তা, গড়কাপ্টানী বিভাগ,

মৰিগাঁও জিলা টেৰিটৰিয়েল ৰোড সংমণ্ডল, মৰিগাঁও ৷