নিবিদা

গড়কাপ্টানী তেজপুৰৰ নিবিদা জাননী নাকচ

Sentinel Digital Desk

গড়কাপ্টানী বিভাগৰ তেজপুৰৰ ০৬-০৮-২০২০ত SE/TB/TEN/04/2020-21/1952 নম্বৰযোগে প্ৰকাশ কৰা নিবিদা জাননীখন নাকচ কৰা হৈছে। লগতে ২৮-০৮-২০২০-ৰ SE/TB/TEN/04/2020-21/2648 –নম্বৰৰ বিশদ নিবিদা জাননীখনো বাতিল কৰা হৈছে। কৰনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই নিবিদা জাননী দুখন বাতিল কৰা হৈছে।

স্বাক্ষৰঃ

অধীক্ষক অভিযন্তা, গড়কাপ্টানী গৃহ নিৰ্মাণ চক্ৰ, তেজপুৰ।