খেলৰ পৃথিৱী

ছোৱালী ১৭-অনুৰ্ধ সুব্ৰোটো কাপত অসম স্কুলৰ জয় লাভ

Sentinel Digital Desk

গুৱাহাটী,১৯ ছেপ্টেম্বৰ: অসম ,গুজৰাট , অসম ,গুজৰাট , সুব্ৰোটো কাপ স্কুল ছকাৰে আজি দিল্লীত অনুষ্ঠিত গাৰ্লছ ১৭-অনূৰ্ধ্ব  চুবৰোটো কাপ স্কুল ছকাৰত গুজৰাটৰ বিৰুদ্ধে ৩-০ গ'লত জয়লাভ কৰে। জানমণি পাংগিঙে দুটা গ'ল দিয়ে আৰু আনটো গ'ল দিয়ে ৰাজশ্ৰী সোণোৱালে।