খেলৰ পৃথিৱী

সদৌ অসম আন্তঃ জিলা দবা প্ৰতিযোগিতাত নাম গুৱাহাটী দবা দল (Chess Championship)

Sentinel Digital Desk

গুৱাহাটীঃ ১ অক্টোবৰৰ পৰা যোৰহাটত অনুষ্ঠিত হ'বলগীয়া আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপ (জুনিয়ৰ আৰু মহিলা)ত গুৱাহাটীৰ ২৮ জনীয়া এটা দলে অংশগ্ৰহণ কৰিব।

অনূৰ্ধ্ব ৯ ল'ৰা : আৰোহন, কৃষ্ণৱ মৃন্ময়, ৰজত বাফনা, নীহৰ দাস।

অনূৰ্ধ্ব ৯ ছোৱালী : ঋতিষা ময়ৰা ৰাজবংশী, শ্ৰীস্তি ৰূপা ৰায়, আয়ুস্মিতা পল।

অনূৰ্ধ্ব ১১ ল'ৰা: তন্ময় ৰাজবংশী, জগজিৎ সিনহা, জয়ৰাজ বৰ্মন, এমিল বৰগোহাঞি।

অনূৰ্ধ্ব ১১ ছোৱালী: তামান্না শৰ্মা, হৃদিকা দাস।

১৩ বছৰ অনুৰ্ধৰ ল'ৰা- হিমানীশ শৰ্মা, শুৱং প্ৰাণ কাশ্যপ, প্ৰিয়নুজ দাস, সুহন পাতি।

১৩ বছৰ অনুৰ্ধ (ছোৱালী): আফশ্বীন আফছা জামান, ইক্ষিতা বৰ্মন, দৈজী দত্ত।

১৫ বছৰ অনুৰ্ধ (ল'ৰা): শুভম ভট্টাচাাৰ্জী, নলিনাখ্যা কাশ্যপ।

মহিলা: ৰীচা বুজাৰ বৰুৱা, শিৱাংগীপ্ৰিয়া কাশ্যপ, শিখামনি কলিতা, স্তুতি শৰ্মা ৷